বলিউড হাংগামা

বলিউড হাংগামা
ছাইটৰ প্ৰকাৰ বলিউডৰ গচিপ, মুভি ৰিভিউ
উপলব্ধ ভাষা ইংৰাজী, হিন্দী
মালিক হাংগামা ডিজিটেল মিডিয়া বিনোদন
ৱেবছাইট www.bollywoodhungama.com
বাণিজ্যিক হয়
পঞ্জীয়ন বিনামূল্য/সন্মতি
আৰম্ভণি ১৬ জুন ১৯৯৮; ২৭ বছৰ আগত (1998-06-16)
বৰ্তমান অৱস্থা সক্ৰিয়

বলিউড হাংগামা (পূৰ্বে পৰিচিত ইণ্ডিয়া এফএম বা ইণ্ডিয়া এফএম ডট্ কম) এখন বলিউড বিনোদন ৱেবচাইট, হাংগামা ডিজিটেল মিডিয়া এণ্টাৰটেইনমেণ্টৰ মালিকানাধীন, যিটো ২০০০ চনত ৱেবচাইটটো অধিগ্ৰহণ কৰিছিল।[2][3]

ৱেবচাইটটো ভাৰতীয় চলচ্চিত্ৰ শিল্প, বিশেষত বলিউড, ফিল্ম ৰিভিউ আৰু বক্স অফিচৰ ৰিপোৰ্ট সম্পৰ্কিত সংবাদ সৰবৰাহ কৰে। ১৯৯৮ চনৰ ১৫ জুনত আৰম্ভ হোৱা ৱেবচাইটটোৰ মূল নাম আছিল "ইণ্ডিয়াএফএম ডটকম"। ইয়াৰ নামটো পৰিবৰ্তন কৰি ২০০৮ চনত "বলিউড হাংগামা" কৰা হয়।[4] বলিউড হাংগামা চিচি-বিৱাই-৩.০ (CC-BY-3.0 license) লাইচেঞ্চৰ অধিনত তেওঁলকৰ ছবি প্ৰকাশ কৰিছে।

২০২০ চনৰ এপ্ৰিল লৈকে ভাৰতত ইয়াৰ এলেক্সা ৰেঙ্কিং ৮৭৯।[1]

তথ্য উৎস

বহিঃ সংযোগ

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia

Kembali kehalaman sebelumnya