ৱিকিমেনিয়া (ইংৰাজী: Wikimania) হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত ৱিকি প্ৰকল্পসমূহ (ষেনে ৱিকিপিডিয়া আৰু ইয়াৰ ভগ্নী প্ৰকল্পসমূহ)-ৰ ব্যৱহাৰকাৰী আৰু সদস্যসকলৰ বাবে আয়োজিত এখন বাৰ্ষিক আন্তৰাষ্ট্ৰীয় সন্মিলন। এই সন্মিলনত মূলতঃ ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰকল্পসমূহ, অন্য ৱিকি, মুক্ত উৎসৰ ছফ্টৱেৰ, মুক্ত জ্ঞান আৰু মুক্ত সমল, আৰু এই বিষয়সমূহৰ লগত জড়িত বিভিন্ন সামাজিক আৰু কাৰিকৰী দিশবোৰৰ বিষয়ে আলোচনা কৰা হয়।
সন্মিলনসমূহ
ৱিকিমেনিয়া সন্মিলনসমূহ
সন্মিলন
|
তাৰিখ
|
স্থান
|
মহাদেশ
|
উপস্থিতি
|
প্ৰেজেণ্টেচনবোৰৰ সংগ্ৰহ
|
ৱিকিমেনিয়া ২০০৫
|
৫-৭ আগষ্ট
|
ফ্ৰেংফুট, জাৰ্মানী
|
|
380[1]
|
স্লাইড, ভিডিঅ’
|
ৱিকিমেনিয়া ২০০৬
|
৪-৬ আগষ্ট
|
কেম্ব্ৰিজ, আমেৰিকা যুক্তৰাষ্ট্ৰ
|
|
400[2]
|
স্লাইড আৰু পেপাৰ, ভিডিঅ’
|
ৱিকিমেনিয়া ২০০৭
|
৩-৪ আগষ্ট
|
টাইপাই, টাইৱান
|
|
440[3]
|
কমন্সত গেলাৰী
|
ৱিকিমেনিয়া ২০০৮
|
১৭-১৯ জুলাই
|
আলেকজেন্দ্ৰিয়া, ইজিপ্ত
|
|
625[উদ্ধৃতিৰ প্ৰয়োজন]
|
সাৰাংশ, স্লাইড,ভিডিঅ’
|
ৱিকিমেনিয়া 2009
|
২৬-২৮ আগষ্ট
|
বুয়েনোচ আইৰেচ, আৰ্জেণ্টিনা
|
|
559[4]
|
স্লাইড, ভিডিঅ’
|
ৱিকিমেনিয়া ২০১০
|
৯-১১ জুলাই
|
গডনস্ক, পোলেণ্ড
|
|
about 500[5]
|
স্লাইড
|
ৱিকিমেনিয়া ২০১১
|
৪-৭ আগষ্ট
|
হাইফা, ইজৰাইল
|
|
720[6]
|
স্লাইড, ভিডিঅ’
|
ৱিকিমেনিয়া ২০১২
|
১২-১৫ জুলাই
|
ৱাছিংটন ডি চি, আমেৰিকা যুক্তৰাষ্ট্ৰ
|
|
|
|
ৱিকিমেনিয়া ২০১৩
|
৭-১১ আগষ্ট
|
হংকং, চীন
|
|
|
|
ফটো গেলাৰী
-
ৱিকিমেনিয়া ২০০৫-ৰ গ্লোবেল ভইচ পেনেল
-
ৱিকিমেনিয়া ২০০৬-ৰ অংশগ্ৰহণকাৰী
-
ৱিকিমেনিয়া ২০০৭
-
ৱিকিমেনিয়া ২০১১-ৰ অংশগ্ৰহণকাৰীসকলৰ ইজৰাইল ভ্ৰমণ
-
আমেৰিকাৰ ৱাছিংটন ডি চি-ত অনুষ্ঠিত হব লগা ৱিকিমেনিয়া ২০১২-ৰ ল’গ’
তথ্যসূত্ৰ
|