ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা

এইখন ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা[1] ৫৫খন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত ৬খন বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ৯খন ৱৰ্ল্ড নেটৱৰ্ক অৱ বায়’স্ফিয়াৰ ৰিজাৰ্ভৰ অংশ[2] আৰু ৫খন ৰামছাৰ সন্ধিৰ অধীনত আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ জলাশয়। মুঠ ৯খন উদ্যান বহুলাংশে সাগৰীয়। ইণ্ডোনেছিয়াৰ পৃষ্ঠৰ প্ৰায় ৯% ৰাষ্ট্ৰীয় উদ্যান (জাৰ্মানীৰ ২৫% বা ফ্ৰান্সৰ ৩৩%তকৈ কম)।

১৯৮০ চনত ইণ্ডোনেছিয়াৰ পাঁচখন ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথমটো গোট স্থাপন কৰা হয়।[3] এই সংখ্যা অহৰহ বৃদ্ধি পাই ২০০৩ চনত ৪১টা হয়। ২০০৪ চনত এটা বৃহৎ সম্প্ৰসাৰণত আৰু ৯খন নতুন ৰাষ্ট্ৰীয় উদ্যান সৃষ্টি কৰা হয়, যাৰ ফলত মুঠ সংখ্যা ৫০খনলৈ বৃদ্ধি পায়।[4] ২০১৫ চনত মাউণ্ট টাম্বোৰা সংযোজন কৰা হয়।[5] ২০১৬ চনত সুমাট্ৰা, চুলাৱেছি আৰু বাংকা দ্বীপৰ আৰু ৩খন ৰাষ্ট্ৰীয় উদ্যান সংযোজন কৰা হয়।[6]

জাভা

ব্ৰ’ম’ টেংগাৰ চেমেৰু ৰাষ্ট্ৰীয় উদ্যান
গুনুং মেৰবাবু ৰাষ্ট্ৰীয় উদ্যান
কাৰিমুংজাৱা ৰাষ্ট্ৰীয় উদ্যান
নাম বছৰ মুঠ মাটিকালি সাগৰীয় অঞ্চল আন্তৰ্জাতিক স্থিতি
বৰ্গ কি.মি.     বৰ্গমাইল
এলাচ পূৰৱ’ ৰাষ্ট্ৰীয় উদ্যান ১৯৯২ ৪৩৪ ১৬৮
বালুৰণ ৰাষ্ট্ৰীয় উদ্যান ১৯৮০ ২৫০ ৯৬
ব্ৰ’ম’ টেংগাৰ চেমেৰু ৰাষ্ট্ৰীয় উদ্যান ১৯৮৩ ৫০৩ ১৯৪ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ বিশ্ব নেটৱৰ্ক
মাউণ্ট চিৰেমাই ৰাষ্ট্ৰীয় উদ্যান ২০০৪ ১৫৫ ৬০
মাউণ্ট গেডে পাংৰাংগো ৰাষ্ট্ৰীয় উদ্যান ১০৮০ ১৫০ ৫৮ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ বিশ্ব নেটৱৰ্ক
গুনুং হালিমুন ৰাষ্ট্ৰীয় উদ্যান ১৯৯২ ৪০০ ১৫০
গুনুং মাৰাপি ৰাষ্ট্ৰীয় উদ্যান ২০০৪ ৬৪ ২৫
গুনুং মেৰবাবু ৰাষ্ট্ৰীয় উদ্যান ২০০৪ ৫৭ ২১
কাৰিমুংজাৱা ৰাষ্ট্ৰীয় উদ্যান ১৯৮৬ ১,১১৬ ৪৩১ অধিকাংশ
কেপুলৱান চেৰিবু ৰাষ্ট্ৰীয় উদ্যান ১৯৮২ ১,০৮০ ৪২০ অধিকাংশ
মেৰু বেটিৰি ৰাষ্ট্ৰীয় উদ্যান ১৯৮২ ৫৮০ ২২৪
উজুং কোলন ৰাষ্ট্ৰীয় উদ্যান ১৯৯২ ১,২০৬ ৪৬৬ ৪৪৩ কিমি বিশ্ব ঐতিহ্য ক্ষেত্ৰ[7]

কালিমন্তন

কায়ান মেনটাৰাং ৰাষ্ট্ৰীয় উদ্যান
টেনজুং পুটিং
নাম বছৰ মুঠ মাটিকালি সাগৰীয় এলেকা আন্তঃৰাষ্ট্ৰীয় স্থিতি
বৰ্গ কি.মি. বৰ্গমাইল
বেটুং কেৰিহন ৰাষ্ট্ৰীয় উদ্যান ১৯৯৫ ৮,০০০ ৩,১০০ প্ৰস্তাৱিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ[8]
বুকিত বাকা বুকিত ৰায়া ৰাষ্ট্ৰীয় উদ্যান ১৯৯২ ১,৮১১ ৬৯৯
দনৌ চেণ্টাৰাম ৰাষ্ট্ৰীয় উদ্যান ১৯৯৯ ১,৩২০ ৫১০ ৰামছাৰ ছাইট
গুনুং পালং ৰাষ্ট্ৰীয় উদ্যান ১৯৯০ ৯০০ ৩৫০
কায়ান মেনটাৰাং ৰাষ্ট্ৰীয় উদ্যান ১৯৯৬ ১৩,৬০৫ ৫,২৫২
কুটাই ৰাষ্ট্ৰীয় উদ্যান ১৯৮২ ১,৯৮৬ ৭৬৭
চেবাংগৌ ৰাষ্ট্ৰীয় উদ্যান ২০০৪ ৫,৬৮৭ ২,১৯৬
টেনজুং পুটিং ৰাষ্ট্ৰীয় উদ্যান ১৯৮২ ৪,১৫০ ১,৩৭০ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ বিশ্ব নেটৱৰ্ক

লেছাৰ চুণ্ডা দ্বীপপুঞ্জ

গুনুং ৰিঞ্জানি ৰাষ্ট্ৰীয় উদ্যান
কেলিমুটু ৰাষ্ট্ৰীয় উদ্যান
নাম বছৰ মুঠ মাটিকালি সাগৰীয় এলেকা আন্তৰ্জাতিক স্থিতি
বৰ্গ কি.মি.   বৰ্গ মাইল
বালি বাৰত ৰাষ্ট্ৰীয় উদ্যান ১৯৯৫ ১৯০ ৭৩
মাউণ্ট ৰিঞ্জানী ৰাষ্ট্ৰীয় উদ্যান ১৯৯০ ৪১৩ ১৫৯
কেলিমুটু ৰাষ্ট্ৰীয় উদ্যান ১৯৯২ ৫০ ২০
কোমোদো ৰাষ্ট্ৰীয় উদ্যান ১৯৮০ ১,৮১৭ ৭০১ ৬৬% বিশ্ব ঐতিহ্য ক্ষেত্ৰ;[9]
জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ বিশ্ব নেটৱৰ্ক
লাইৱাংগী ৱাংমেটি ৰাষ্ট্ৰীয় উদ্যান ১৯৯৮ ৪৭০ ১৮০
মনুপেউ টানাহ দাৰু ৰাষ্ট্ৰীয় উদ্যান ১৯৯৮ ৮৮০ ৩৪০
মাউণ্ট টেম্বোৰা ৰাষ্ট্ৰীয় উদ্যান[10] ২০১৫ ৭১৬ ২৭৬
মোয়ো চাটোণ্ডা ৰাষ্ট্ৰীয় উদ্যান[11] ২০২২ ৩১২ ১২০

মালুকু আৰু পাপুয়া

ৱাচুৰ ৰাষ্ট্ৰীয় উদ্যান
ল’ৰেণ্টজ্ ৰাষ্ট্ৰীয় উদ্যান
নাম বছৰ মুঠ মাটিকালি সাগৰীয় এলেকা আন্তৰ্জাতিক স্থিতি
বৰ্গ কি.মি.   বৰ্গমাইল
আকেটেজাৱে লোলোবাটা ৰাষ্ট্ৰীয় উদ্যান ২০০৪ ১,৬৭৩ ৬৪৬
ল’ৰেণ্টজ্ ৰাষ্ট্ৰীয় উদ্যান ১৯৯৭ ২৫,০৫০ ৯,৬৭০ বিশ্ব ঐতিহ্য ক্ষেত্ৰ[12]
মানুচেলা ৰাষ্ট্ৰীয় উদ্যান ১৯৮২ ১৮৯০ ৭২৯
টেলুক চেণ্ডাৰৱাছি ৰাষ্ট্ৰীয় উদ্যান ২০০২ ১৪,৫৩৫ ৫,৬১১ ৯০%
ৱাচুৰ ৰাষ্ট্ৰীয় উদ্যান ১৯৯০ ৪,১৩৮ ১৫৯৮ ৰামচাৰ চাইট

চুলাৱেচি

বুনাকেন ৰাষ্ট্ৰীয় উদ্যান
Wakatobi National Park
নাম বছৰ মুঠ মাটিকালি সাগৰীয় এলেকা আন্তৰ্জাতিক স্থিতি
বৰ্গ কিলোমিটাৰ     বৰ্গমাইল
বাণ্টিমুৰুং বুলুচাৰাউং ৰাষ্ট্ৰীয় উদ্যান ২০০৪ ৪৮০ ১৮৫
বাগোনী নানী ৱাৰ্টাবোন ৰাষ্ট্ৰীয় উদ্যান ১৯৯১ ২,৮৭১ ১,১০৮
বুনাকেন ৰাষ্ট্ৰীয় উদ্যান ১৯৯১ ৮৯০ ৩৪২ ৯৭% প্ৰস্তাৱিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ[13]
গাণ্ডাং দেৱাতা ৰাষ্ট্ৰীয় উদ্যান [14] ২০১৬ ৭৯৩ ৩০৬
কেপুলৌন টগিন ৰাষ্ট্ৰীয় উদ্যান[15] ২০০৪ ৩,৬২০ ১,৪০০ ৭০০ বৰ্গ কিমি
ল’ৰ লিন্দু ৰাষ্ট্ৰীয় উদ্যান ১৯৮২ ২,২৯০ ৮৮৪ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ বিশ্ব নেটৱৰ্ক
ৰাৱা আওপা ৱাটুম’হাই ৰাষ্ট্ৰীয় উদ্যান ১৯৮৯ ১,০৫২ ৪০৬ ৰামচাৰ চাইট
টাকা ব’ন ৰেট ৰাষ্ট্ৰীয় উদ্যান ২০০১ ৫,৩০৮ ২,০৪৯ অধিকাংশ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ বিশ্ব নেটৱৰ্ক
প্ৰস্তাৱিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ[16]
ৱাকাটবি ৰাষ্ট্ৰীয় উদ্যান ২০০২ ১৩,৯০০ ৫,৩৭০ অধিকাংশ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ বিশ্ব নেটৱৰ্ক
প্ৰস্তাৱিত বিশ্ব ঐতিহ্য ক্ষেত্ৰ[17]

সুমাত্ৰা

বাটাং গাডী ৰাষ্ট্ৰীয় উদ্যান
গুনুং লিউচাৰ ৰাষ্ট্ৰীয় উদ্যান
নাম বছৰ মুঠ মাটিকালি সাগৰীয় এলেকা আন্তৰ্জাতিক স্থিতি
বৰ্গ কি,মি,   বৰ্গমাইল
বাটাং গাডী ৰাষ্ট্ৰীয় উদ্যান [18] ২০০৪ ১,০৮০ ৪১৭
বাৰবাক ৰাষ্ট্ৰীয় উদ্যান ১৯৯২ ১,৬২৮ ৬২৮ ৰামচাৰ চাইট
বুকিট বাৰিচান চেলাটন ৰাষ্ট্ৰীয় উদ্যান ১০৮২ ৩,৬৫০ ১৪১০ বিশ্ব ঐতিহ্য ক্ষেত্ৰ গোট[19]
বুকিট ডুবেলাচ ৰাষ্ট্ৰীয় উদ্যান ২০০০ ৬০৫ ২৩৩
বুকিট টিগাপুলুহ কেৰিঞ্চি ১৯৯৫ ১,২৭৭ ৪৯৩
গুনুং লিউচাৰ ৰাষ্ট্ৰীয় উদ্যান ১৯৮০ ৭,৯২৭ ৩,০৬১ বিশ্ব ঐতিহ্য ক্ষেত্ৰ গোট।[19]
জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ বিশ্ব নেটৱৰ্ক
কেৰিঞ্চি চেব্লাট ৰাষ্ট্ৰীয় উদ্যান ১৯৯৯ ১৩,৭৫০ ৫,৩১০ বিশ্ব ঐতিহ্য ক্ষেত্ৰ গোট।[19]
চেম্বিলাং ৰাষ্ট্ৰীয় উদ্যান ২০০১ ২,০৫১ ৭৯২ ৰামচাৰ চাইট
চিবেৰুট ৰাষ্ট্ৰীয় উদ্যান ১৯৯২ ১,৯০৫ ৭৩৫ জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ বিশ্ব নেটৱৰ্ক
টেছ’ নিলো ৰাষ্ট্ৰীয় উদ্যান [20] ২০০৪ ১,০০০ ৩৮৬
ৱে কেম্বাচ ৰাষ্ট্ৰীয় উদ্যান ১৯৮৯ ১,৩০০ ৫০০
ঝামৰুড ৰাষ্ট্ৰীয় উদ্যান [21] ২০১৬ ৩১৪ ১২১
মাউণ্ট মাৰাচ ৰাষ্ট্ৰীয় উদ্যান [22] ২০১৬ ১৬৮ ৬৫

তথ্য সূত্ৰ

  1. "National Parks in Indonesia". http://www.dephut.go.id/uploads/INFORMASI/TN%20INDO-ENGLISH/tn_index.htm। আহৰণ কৰা হৈছে: 17 December 2009. 
  2. UNESCO: "Ecological Sciences for Sustainable Development", retrieved 18 July 2015
  3. Indonesian Ministry of Forestry Archived 15 March 2010 at the Wayback Machine, Retrieved 8 January 2010
  4. WWF:Indonesia establishes 1.3 million hectares of Protected Areas, Retrieved 19 February 2010
  5. WWF:Indonesia establishes 1.3 million hectares of Protected Areas, Retrieved 19 February 2010
  6. "KOSIK 2 "Surga Itu Bernama Taman Nasional Moyo Satonda"" 6 April 2023
  7. "Ujung Kulon National Park". UNESCO. https://whc.unesco.org/en/list/608। আহৰণ কৰা হৈছে: 30 September 2007. 
  8. "Betung Kerihun National Park (Transborder Rainforest Heritage of Borneo)". UNESCO. https://whc.unesco.org/en/tentativelists/1871/। আহৰণ কৰা হৈছে: 3 October 2007. 
  9. "Komodo National Park". UNESCO. https://whc.unesco.org/en/list/609। আহৰণ কৰা হৈছে: 30 September 2007. 
  10. "Mount Tambora National Park Transformed Into New Ecotourism Destination". 15 April 2015. https://en.antaranews.com/news/98498/mount-tambora-national-park-transformed-into-new-ecotourism-destination। আহৰণ কৰা হৈছে: 15 April 2015. 
  11. "KOSIK 2 "Surga Itu Bernama Taman Nasional Moyo Satonda"". 6 April 2023. https://jasling.menlhk.go.id/berita-dan-artikel/artikel/kosik-2-surga-itu-bernama-taman-nasional-moyo-satonda. 
  12. "Lorentz National Park". UNESCO. https://whc.unesco.org/en/list/955। আহৰণ কৰা হৈছে: 30 September 2007. 
  13. UNESCO tentative list, Retrieved 28 September 2009
  14. Kabupatem Mamasa, Retrieved 15 November 2017
  15. "Rare Pride helps Togean Islands Establish National Park". https://komododreamland.com/explore-flores-island। আহৰণ কৰা হৈছে: 30 September 2007. [সংযোগবিহীন উৎস]
  16. "World Heritage Tentative List: Taka Bonerate National Park". UNESCO. https://whc.unesco.org/en/tentativelists/2005/। আহৰণ কৰা হৈছে: 6 April 2010. 
  17. "World Heritage Tentative List: Wakatobi National Park". UNESCO. https://whc.unesco.org/en/tentativelists/2006/। আহৰণ কৰা হৈছে: 6 April 2010. 
  18. "Indonesia Declares Batang Gadis National Park". http://www.cepf.net/xp/cepf/news/newsletter/2004/may_topstory.xml। আহৰণ কৰা হৈছে: 29 September 2007. 
  19. 19.0 19.1 19.2 "Tropical Rainforest Heritage of Sumatra". UNESCO. https://whc.unesco.org/en/list/1167। আহৰণ কৰা হৈছে: 30 September 2007. 
  20. "Indonesia Declares Tesso Nilo National Park". http://www.cepf.net/news/top_stories/Pages/aug302004_indonesia_tessonilo.aspx। আহৰণ কৰা হৈছে: 8 January 2010. 
  21. "Indonesia declares national park in top palm oil-producing province". 27 July 2016. https://news.mongabay.com/2016/07/indonesia-declares-national-park-in-top-palm-oil-producing-province/। আহৰণ কৰা হৈছে: 27 July 2016. 
  22. "Mt. Maras National Park · Indonesian Forest". Archived from the original on 2020-10-10. https://web.archive.org/web/20201010072952/https://www.indonesianforest.or.id/mount-maras-national-park/। আহৰণ কৰা হৈছে: 2024-12-31. 
Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia

Kembali kehalaman sebelumnya