কবিৰাজ চক্ৰৱৰ্তী (জ্যোতিষপুথি ৰচক)

কৱিৰাজ চক্ৰৱৰ্তী (১৭ শতিকা) 'ডাক সৰস্বতী'ৰ পুত্ৰ। ১৬৪৬ চনত 'দিনকিৰণাৱলী' নাম দি জ্যোতিষৰ এখন পুথি ৰচনা কৰিছিল। সংস্কৃত জ্যোতিষ পুথি 'ভাস্বতী'ৰ অসমীয়া অনুবাদ কৰে 'ভাস্বতী শাস্ত্ৰৰ কথা' নাম দি।[1]

তথ্য সমল

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ৪৭
Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia

Kembali kehalaman sebelumnya