ন'বেল বঁটা বিজয়ী (ৰসায়ন বিজ্ঞান)

ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। ৰসায়ন বিজ্ঞান বিষয়ত ন'বেল লাভ কৰা ব্যক্তিৰ তালিকা ইয়াত ৰখা হৈছে।

বৰ্ষ আলোকচিত্ৰ বিজেতা নাগৰিকত্ব অৱদান
২০১২
ৰবাৰ্ট জে. লেফ্‌ক'ৱিজ
(Robert J. Lefkowitz)
 আমেৰিকা যুক্তৰাষ্ট্ৰ G-প্ৰ'টিন একত্ৰিত ৰিচেপ্টৰ সম্বন্ধীয় গৱেষণা ("for studies of G-protein-coupled receptors")[1]
ব্ৰায়ান কে. ক'বিল্‌কা
(Brian K. Kobilka)
 আমেৰিকা যুক্তৰাষ্ট্ৰ
২০১১
ডেন স্বেখ্‌টমেন
(Dan Shechtman)
 ইজৰাইল "অৰ্দ্ধস্ফটিকৰ আৱিষ্কাৰৰ বাবে" ("for the discovery of quasicrystals".)[2]
২০১০
ৰিচাৰ্ড এফ. হেক
(Richard F. Heck)
 আমেৰিকা যুক্তৰাষ্ট্ৰ "জৈৱ সংশ্লেষণৰ বাবে পেলাডিয়াম অনুঘটকৰ দ্বাৰা প্ৰস্থীয় যুগ্মন" ("for palladium-catalyzed cross couplings in organic synthesis".)[3]
আই-ইচি নেগিছি
(Ei-ichi Negishi)
 জাপান
বাসস্থান:  আমেৰিকা যুক্তৰাষ্ট্ৰ
আকিৰা ছুজুকি
(Akira Suzuki)
 জাপান
অসমাপ্ত তালিকা

তথ্য সংগ্ৰহ

  1. "The Nobel Prize in Chemistry 2012". Nobelprize.org. 11 Oct 2012 http://www.nobelprize.org/nobel_prizes/chemistry/laureates/2012/
  2. "The Nobel Prize in Chemistry 2011". Nobelprize.org. 24 Oct 2012 http://www.nobelprize.org/nobel_prizes/chemistry/laureates/2011/
  3. "The Nobel Prize in Chemistry 2010". Nobelprize.org. 26 Oct 2012 http://www.nobelprize.org/nobel_prizes/chemistry/laureates/2010/

বাহ্যিক সংযোগ

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia

Kembali kehalaman sebelumnya