সতী সাবিত্ৰী (এইচ. এম. ৰেড্ডীৰ চলচ্চিত্ৰ)

সতী সাবিত্ৰী
পৰিচালক এইচ. এম. ৰেড্ডী
অভিনয়ত ভি. ভি. চুব্বা ৰাও
কণ্ঠমণি কন্যা
কে. এল. কান্থাম
হেম সিং
প্ৰযোজনা
কোম্পানী
ভাৰত মুভি টোন
মুক্তি
৪ ফেব্ৰুৱাৰী ১৯৩৩ (1933-02-04)
দেশ ভাৰত
ভাষা তেলুগু

সতী সাবিত্ৰী হৈছে ১৯৩৩ চনত এইচ. এম. ৰেড্ডীয়ে পৰিচালনা কৰা আৰু ভাৰত মুভি টোনৰ বেনাৰত নিৰ্মিত এখন ভাৰতীয় তেলেগু ভাষাৰ ছবি।[1] ১৯৩৩ চনৰ ৪ ফেব্ৰুৱাৰীত মুক্তি পোৱা[2] ছবিখনত অভিনয় কৰিছে ভি. ভি. চুব্বা ৰাও, কণ্ঠমণি কন্যা, কে এল কান্থাম আৰু এল ভি প্ৰসাদে।[3][4]

বম্বেত নিৰ্মিত সতী সাবিত্ৰীয়ে চি পুল্লায়াৰ পৰিচালনা আৰু কলিকতাৰ ইষ্ট ইণ্ডিয়া ফিল্ম কোম্পানীয়ে নিৰ্মিত একে নামৰ আন এখন ছবিৰ সৈতে প্ৰতিযোগিতাৰ সন্মুখীন হয়।[5] পুল্লাইয়াৰ সংস্কৰণটোৱে ডাঙৰ সফলতা লাভ কৰিলেও এইচ এম ৰেড্ডীৰ ছবিখনে বক্স অফিচত ভাল প্ৰদৰ্শন কৰা নাছিল।[3][6]

অভিনয় শিল্পী

ছবিখনত যমৰ চৰিত্ৰত ভি ভি চুব্বা ৰাও আৰু সাবিত্ৰীৰ চৰিত্ৰত কণ্ঠমণি কন্যাই অভিনয় কৰিছে৷ লগতে কে এল কান্থাম, হেম সিং, এল ভি প্ৰসাদ আদিয়েও বিভিন্ন চৰিত্ৰ ৰূপায়ন কৰিছিল৷[7][3]

তথ্য সংগ্ৰহ

  1. Rajadhyaksha, Ashish; Willemen, Paul (2014) (en ভাষাত). Encyclopedia of Indian Cinema. Routledge. পৃষ্ঠা. 642. ISBN 978-1-135-94318-9. https://books.google.com/books?id=SLkABAAAQBAJ&dq=savitri+H.+M.+Reddy&pg=PA642. 
  2. Sati Savitri promotional poster, Telugu Wikipedia, https://te.wikipedia.org/wiki/%E0%B0%A6%E0%B0%B8%E0%B1%8D%E0%B0%A4%E0%B1%8D%E0%B0%B0%E0%B0%82:%E0%B0%B8%E0%B0%BE%E0%B0%B5%E0%B0%BF%E0%B0%A4%E0%B1%8D%E0%B0%B0%E0%B0%BF.jpg, আহৰণ কৰা হৈছে: 21 October 2024 
  3. 3.0 3.1 3.2 Narasimham, M. L. (7 November 2010). "Sati Savithri (1933)". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-cinemaplus/article871376.ece. 
  4. "Sathi Savithri (H.M. Reddy) 1933". Indiancine.ma. https://indiancine.ma/BHL/info। আহৰণ কৰা হৈছে: 21 October 2024. 
  5. "Sathi Savithri (C. Pullaiah) 1933". Indiancine.ma. https://indiancine.ma/BHJ/info। আহৰণ কৰা হৈছে: 21 October 2024. 
  6. "65 ఏళ్ళ 'సతీ సావిత్రి'" (te-IN ভাষাত). NTV. 2022-01-12. https://ntvtelugu.com/movie-news/sathi-savitri-compleated-65-years-119583.html। আহৰণ কৰা হৈছে: 2024-10-21. 
  7. "Sati Savitri (1933)". Cinemaazi. https://cinemaazi.com/film/sati-savitri। আহৰণ কৰা হৈছে: 21 October 2024. 
Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia

Kembali kehalaman sebelumnya