সমষ্টি নং |
সমষ্টিৰ নাম |
বিধায়কৰ নাম |
ৰাজনৈতিক দল |
ভোটদানৰ হাৰ (%)
|
১ |
ৰাতাবাৰী (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত) |
সুবল চন্দ্ৰ দাস |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৫৩.২৫
|
২ |
পাঠৰকান্দি |
মিঞা উদ্দিন |
নিৰ্দলীয় |
৫২.৩৩
|
৩ |
কৰিমগঞ্জ উত্তৰ |
কেতকী প্ৰসাদ দাস |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৫৬.৯০
|
৪ |
কৰিমগঞ্জ দক্ষিণ |
আব্দুল মুকদ্দিৰ চৌধুৰী |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৬১.৬৯
|
৫ |
বদৰপুৰ |
গুলাম সুভানী চৌধুৰী |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৬১.৬৯
|
৬ |
হাইলাকান্দি |
আব্দুল মুহিব মজুমদাৰ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৬৫.৭৪
|
৭ |
কাটলিচেৰা |
তজমুল আলি লস্কৰ |
নিৰ্দলীয় |
৬৯.১৪
|
৮ |
আলগাপুৰ |
মৌলানা আব্দুল জলিল চৌধুৰী |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৫৬.৯৩
|
৯ |
শিলচৰ |
জগদীশ চন্দ্ৰ চৌধুৰী |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৬২.৫২
|
১০ |
সোণাই |
নুৰুল হক চৌধুৰী |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৭৫.৬০
|
১১ |
ধলাই (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত) |
শিশিৰ ৰঞ্জন দাস |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৪৬.৯৮
|
১২ |
উদৰবন্দ |
জগন্নাথ সিংহ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৬২.৩৪
|
১৩ |
লক্ষীপুৰ |
দীনেশ প্ৰসাদ গোৱালা |
নিৰ্দলীয় |
৬৪.২৭
|
১৪ |
বৰখলা |
আলতাফ হোচেইন মজুমদাৰ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৭৪.৫৯
|
১৫ |
কাটিগড়া |
নেপাল চন্দ্ৰ দাস |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৬৭.৪৪
|
১৬ |
হাফলং (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
জি চি লাংথাচা |
নিৰ্দলীয় |
৫৬.১২
|
১৭ |
বোকাজান (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
ৰাজেন টিমুং |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৩৯.৩৪
|
১৮ |
হাওৰাঘাট (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
দৰচিং টেৰাং |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৪৫.৪৬
|
১৯ |
ডিফু (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
কাইজাচং |
নিৰ্দলীয় |
৫১.৭৫
|
২০ |
বৈঠালংচু (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
ধনীৰাম ৰংপি |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৩০.৮২
|
২১ |
মানকাচৰ |
জহিৰুল ইচলাম |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৭৯.৪৪
|
২২ |
শালমাৰা দক্ষিণ |
বাজলুল বাচিত |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৭৩.৪৯
|
২৩ |
ধুবৰী |
মহম্মদ ওমৰুদ্দিন |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৬৪.৬০
|
২৪ |
গৌৰীপুৰ |
জয়নাল আবেদিন |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৬১.৩৬
|
২৫ |
গোলোকগঞ্জ |
কবীৰ চন্দ্ৰ ৰয়প্ৰধানী |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৫৯.৫১
|
২৬ |
বিলাসীপাৰা পশ্চিম |
চিৰাজুদ্দিন |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৬৮.৯৬
|
২৭ |
বিলাসীপাৰা পূব |
ৰুক্মিণী কান্ত ৰয় |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৪৪.৪০
|
২৮ |
গোসাইগাঁও |
মিথিয়াচ টুডু |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৬৮.৫৯
|
২৯ |
কোকৰাঝাৰ পশ্চিম (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
ৰণেন্দ্ৰ নাৰায়ণ বসুমতাৰী |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৭৩.৬৯
|
৩০ |
কোকৰাঝাৰ পূব (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
ডম্বৰুধৰ ব্ৰহ্ম |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৬৭.৪৪
|
৩১ |
চিদলী |
লুইচ ইচলাৰী |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৬৬.৬৮
|
৩২ |
বঙাইগাঁও |
নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল |
|
|
৩৩ |
বিজনী |
নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল |
|
|
৩৪ |
অভয়াপুৰী উত্তৰ |
নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল |
|
|
৩৫ |
অভয়াপুৰী দক্ষিণ (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত) |
নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল |
|
|
৩৬ |
দুধনৈ (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
জগত পাটগিৰি |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
১৩.৪২
|
৩৭ |
গোৱালপাৰা পূব |
মহম্মদ আলি |
নিৰ্দলীয় |
৩১.৭৫
|
৩৮ |
গোৱালপাৰা পশ্চিম |
হুছেইনুদ্দিন আহমেদ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৪৭.৯৪
|
৩৯ |
জলেশ্বৰ |
আফজালুৰ ৰহমান |
ভাৰতীয় কংগ্ৰেছ (সমাজবাদী) |
৬৫.৭২
|
৪০ |
সৰভোগ |
হেমেন দাস |
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) |
৫২.৬৮
|
৪১ |
ভবানীপুৰ |
মীৰ আব্দুল হালিম |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
২৮.৪২
|
৪২ |
পাটাচাৰকুচি |
ৰবিৰাম দাস |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
বিনা প্ৰতিদ্বন্দ্বিতাই জয়ী
|
৪৩ |
বৰপেটা |
ইচমাইল হুছেইন |
নিৰ্দলীয় |
৩৭.১৪
|
৪৪ |
জনীয়া |
আব্দুচ চোভান |
নিৰ্দলীয় |
৬৯.৩০
|
৪৫ |
বাঘবৰ |
ইব্ৰাহীম আলি |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৭০.৭৯
|
৪৬ |
সৰুক্ষেত্ৰী |
আমিৰ হামচা তালুকদাৰ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৩৩.৮৪
|
৪৭ |
চেঙা |
দানেচ আলি |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৫৬.৮৬
|
৪৮ |
বকো (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত) |
উপেন্দ্ৰ দাস |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
বিনা প্ৰতিদ্বন্দ্বিতাই জয়ী
|
৪৯ |
ছয়গাঁও |
হৰেন্দ্ৰনাথ তালুকদাৰ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
২৬.৫৬
|
৫০ |
পলাশবাৰী |
মোহন বসুমতাৰী |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
বিনা প্ৰতিদ্বন্দ্বিতাই জয়ী
|
৫১ |
জালুকবাৰী |
চাহজালাল আলি |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৮.৯৮
|
৫২ |
দিশপুৰ |
তাৰিণীমোহন বৰুৱা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
১০.৪২
|
৫৩ |
গুৱাহাটী পূব |
মুনীন শৰ্মা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
১.৬৮
|
৫৪ |
গুৱাহাটী পশ্চিম |
তাৰেণী |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৯.৩১
|
৫৫ |
হাজো |
বৰকট উল্লা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
১১.০৯
|
৫৬ |
কমলপুৰ |
মথুৰা ডেকা |
ভাৰতৰ কমিউনিষ্ট পাৰ্টি |
২.০৭
|
৫৭ |
ৰঙিয়া |
পূৰ্ণ বড়ো |
ভাৰতৰ কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) |
১৩.১১
|
৫৮ |
তামুলপুৰ |
পদম বাহাদুৰ চৌহান |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৫০.১৭
|
৫৯ |
নলবাৰী |
চন্দ্ৰধৰ কলিতা |
নিৰ্দলীয় |
৩.০২
|
৬০ |
বৰক্ষেত্ৰী |
শ্বেখ চান্দ মহম্মদ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
১৫.২০
|
৬১ |
ধৰ্মপুৰ |
ভূমিধৰ ব্ৰহ্ম |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
০.৩৯
|
৬২ |
বৰমা (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
অলিত চন্দ্ৰ বড়ো |
ভৈয়াম জনজাতি পৰিষদ |
১৬.১৪
|
৬৩ |
চাপাগুৰি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
বিমল গয়াৰী |
ভৈয়াম জনজাতি পৰিষদ |
১০.৩৩
|
৬৪ |
পানেৰী |
মৃদুলা চহৰীয়া |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
২৬.৩১
|
৬৫ |
কলাইগাঁও |
নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল |
|
|
৬৬ |
ছিপাঝাৰ |
নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল |
|
|
৬৭ |
মঙ্গলদৈ |
কাৰ্তিক চৰকাৰ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
বিনা প্ৰতিদ্বন্দ্বিতাই জয়ী
|
৬৮ |
দলগাঁও |
চৈয়দা আনোৱাৰা টাইমূৰ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৬৬.৫৫
|
৬৯ |
ওদালগুৰি |
বিনয় কুমাৰ বসুমতাৰী |
ভৈয়াম জনজাতি পৰিষদ |
৫৫.২২
|
৭০ |
মাজবাট |
চিলভিয়াচ কন্দপান |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৪৭.৬৩
|
৭১ |
ঢেকিয়াজুলি |
নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল |
|
|
৭২ |
বৰচলা |
নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল |
|
|
৭৩ |
তেজপুৰ |
নবীন চন্দ্ৰ কাঠহাজৰিকা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
১০.৪৭
|
৭৪ |
ৰঙাপৰা |
গোলোক ৰাজবংশী |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৪০.১০
|
৭৫ |
চটিয়া |
নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল |
|
|
৭৬ |
বিশ্বনাথ |
প্ৰাৰ্থীৰ মৃত্য হোৱাত নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল |
|
|
৭৭ |
বিহালী |
নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল |
|
|
৭৮ |
গহপুৰ |
নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল |
|
|
৭৯ |
জাগীৰোড (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত) |
প্ৰসাদ চন্দ্ৰ দলৈ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৩.৯৪
|
৮০ |
মৰিগাঁও |
মহম্মদ হুছেইন |
নিৰ্দলীয় |
১.৯৪
|
৮১ |
লাহৰিঘাট |
নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল |
|
|
৮২ |
ৰহা |
লক্ষীপ্ৰসাদ হাজৰিকা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
১০.৯৭
|
৮৩ |
ধিং |
আবু নাচেৰ অহিদ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৫৪.৪৫
|
৮৪ |
বটদ্ৰবা |
কিৰণ বৰা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
২৩.৮১
|
৮৫ |
ৰূপহীহাট |
মহম্মদ ইদ্ৰিছ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৫২.১৫
|
৮৬ |
নগাঁও |
মুকুত শৰ্মা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
১০.৫৯
|
৮৭ |
বঢ়মপুৰ |
ৰমেশ ফুকন |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৪.৯৪
|
৮৮ |
চামগুৰি |
নুৰুল হুছেইন |
ভাৰতীয় কংগ্ৰেছ (সমাজবাদী) |
৪১.০৯
|
৮৯ |
কলিয়াবৰ |
বলোৰাম নাগ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
১৬.৪৫
|
৯০ |
যমুনামুখ |
ফৰমান আলি |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৫০.৫০
|
৯১ |
হোজাই |
সাধন ৰঞ্জন সৰকাৰ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৫০.০৭
|
৯২ |
লামডিং |
দেবেশ চক্ৰৱৰ্তী |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৪১.২০
|
৯৩ |
বোকাখাট |
ধৰ্মেশ্বৰ হাজৰিকা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
২.৫৬
|
৯৪ |
সৰুপথাৰ |
আব্দুল মতলিব |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
২.৯৩
|
৯৫ |
গোলাঘাট |
নগেন নেওগ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৩.২৪
|
৯৬ |
খুমটাই |
জীৱকান্ত গগৈ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
১.৫৩
|
৯৭ |
দেৰগাঁও |
হেমপ্ৰকাশ নাৰায়ণ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
২.৪৬
|
৯৮ |
যোৰহাট |
দীননাথ ৰাজখোৱা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
১.৮৪
|
৯৯ |
মাজুলি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল |
|
|
১০০ |
তিতাবৰ |
জয়চন্দ্ৰ বৰা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
২.৪৯
|
১০১ |
মৰিয়নি |
শিব বুঢাগোহাঁই |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
১৩.৭৬
|
১০২ |
টিয়ক |
তিলক গগৈ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
২.০১
|
১০৩ |
আমগুৰি |
কীৰ্তি দত্ত |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৩.২৪
|
১০৪ |
নাজিৰা |
হিতেশ্বৰ শইকীয়া |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
২২.৫৬
|
১০৫ |
মাহমৰা |
নাৰদ কুমাৰ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৯.০৪
|
১০৬ |
সোণাৰি |
সত্য তাঁতী |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
১১.০২
|
১০৭ |
থাওৰা |
টংকেশ্বৰ দিহিঙীয়া |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৫.৩৩
|
১০৮ |
শিৱসাগৰ |
দেৱানন্দ কোঁৱৰ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
১.৪৫
|
১০৯ |
বিহপুৰীয়া |
বৰ্গৰাম দেউৰী |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
০.৬৯
|
১১০ |
নাওবৈচা |
আফাজুদ্দিন আহমেদ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৫.৫১
|
১১১ |
লক্ষীমপুৰ |
লেখন লাহন |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৪.৮৭
|
১১২ |
ঢকুৱাখনা (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
ৰঘুনাথ পামেগাম |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
০.৮৫
|
১১৩ |
ধেমাজী (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
দূৰ্গেশ্বৰ পাতিৰ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
০.৪০
|
১১৪ |
জোনাই (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
পুষ্পধৰ পেগু |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৯.৬২
|
১১৫ |
মৰাণ |
জয়চন্দ্ৰ নাগবংশী |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
১২.৪৫
|
১১৬ |
ডিব্ৰুগড় |
কেশৱ চন্দ্ৰ গগৈ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৮.৭১
|
১১৭ |
লাহোৱাল |
দীপক মূৰ্ম্মু |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
১৯.১৪
|
১১৮ |
দুলিয়াজান |
নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল |
|
|
১১৯ |
টিংখং |
নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল |
|
|
১২০ |
নাহৰকটীয়া |
নিৰ্বাচন অনুষ্ঠিত হোৱা নাছিল |
|
|
১২১ |
চাবুৱা |
উপেন সনাতন |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
১৯.৮৩
|
১২২ |
তিনিচুকীয়া |
ৰাজেন্দ্ৰ নাথ ফুকন |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
২৪.৮০
|
১২৩ |
ডিগবৈ |
ৰামেশ্বৰ ধানোৱাৰ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
১৭.১০
|
১২৪ |
মাৰ্ঘেৰিটা |
কুলবাহাদুৰ চেত্ৰী |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
২৬.০৭
|
১২৫ |
ডুমডুমা |
দিলেশ্বৰ তাঁতী |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
২০.৪১
|
১২৬ |
শদিয়া |
লম্বেশ্বৰ সোণোৱাল |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৬.৩১
|