২০১১ৰ অসম বিধানসভা নিৰ্বাচন
অসম বিধানসভা নিৰ্বাচন, ২০১১

|
|
|
|
ত্ৰয়োদশ অসম বিধানসভাৰ নিৰ্বাচন ৪ আৰু ১১ এপ্ৰিল, ২০১১ তাৰিখে ১২৬টা সমষ্টিৰ বাবে দুটা পৰ্যায়ত অনুষ্ঠিত হয়। ফলাফল ঘোষণা কৰা হয় ১৩ মাৰ্চ, ২০১১ তাৰিখে।[1] নিৰ্বাচনত ৭৮খন আসম লাভ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছে নিৰংকুশ সংখ্যা গৰিষ্ঠতা লাভ কৰে আৰু তৰুণ গগৈয়ে একেৰাহে তৃতীয় কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰিত্বৰ দায়িত্ব গ্ৰহণ কৰে।[2] তৰুণ গগৈ একেৰাহে তিনিটা কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰিত্ব লাভ কৰা দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী। প্ৰথমগৰাকী আছিল বিমলা প্ৰসাদ চলিহা।
দলগত অৱস্থান
সমষ্টি নং |
সমষ্টিৰ নাম |
বিধায়কৰ নাম |
ৰাজনৈতিক দল |
প্ৰাপ্ত ভোটৰ সংখ্যা |
প্ৰাপ্ত ভোটৰ শতাংশ |
দ্বিতীয় প্ৰাৰ্থীৰ ভোটৰ সংখ্যা
|
১ |
ৰাতাবাৰী (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত) |
কৃপানাথ মাল্লা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৩৩,০৪৩ |
৩৯.৮২ |
|
২ |
পাঠৰকান্দি |
মণিলাল গোৱালা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
44986 |
৪২.২৬ |
|
৩ |
কৰিমগঞ্জ উত্তৰ |
কমলাক্ষ দে পুৰকায়স্থ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
45027 |
৪১.৫৩ |
|
৪ |
কৰিমগঞ্জ দক্ষিণ |
চিদ্দিক আহমেদ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
45395 |
৪৩.৪২ |
|
৫ |
বদৰপুৰ |
জামালুদ্দিন আহমেদ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
35869 |
৩৯.১৬ |
|
৬ |
হাইলাকান্দি |
আব্দুল মুহিব মজুমদাৰ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
33038 |
৩৭.৮৭ |
|
৭ |
কাটলিচেৰা |
গৌতম ৰয় |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
65435 |
৬০.০৮ |
|
৮ |
আলগাপুৰ |
চহিদুল আলম চৌধুৰী |
অসম গণ পৰিষদ |
57167 |
৫৩.৭৭ |
|
৯ |
শিলচৰ |
সুস্মিতা দেৱ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
60978 |
৫০.৩৪ |
|
১০ |
সোণাই |
আমানুল হক |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
63611 |
৬১.৭৫ |
|
১১ |
ধলাই (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত) |
গিৰিন্দ্ৰ মল্লিক |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
52734 |
৫১.২৬ |
|
১২ |
উদৰবন্দ |
অজিত সিং |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
56755 |
৬১.৪১ |
|
১৩ |
লক্ষীপুৰ |
দীনেশ প্ৰসাদ গোৱালা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
51975 |
৫৪.৯০ |
|
১৪ |
বৰখলা |
ৰুমি নাথ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
44824 |
৫৪.৬৪ |
|
১৫ |
কাটিগড়া |
আটাউৰ ৰহমান মাজাৰভূঞা |
অল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট |
33226 |
৩২.৪১ |
|
১৬ |
হাফলং (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
গোবিন্দচন্দ্ৰ লাংথাচা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
38076 |
৫৭.০৪ |
|
১৭ |
বোকাজান (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
ক্লেনডুন ইংতি |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
53332 |
৫৪.০১ |
|
১৮ |
হাওৰাঘাট (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
খৰচিং ইংতি |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
43014 |
৫০.৫৭ |
|
১৯ |
ডিফু (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
বিদ্যা সিং ইংলেং |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
54022 |
৪৫.৯৮ |
|
২০ |
বৈঠালংচু (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
মানসিং ৰংপি |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
64059 |
৪৯.৪৯ |
|
২১ |
মানকাচৰ |
জাভেদ ইচলাম |
নিৰ্দলীয় |
64639 |
৪৫.৮৬ |
53852
|
২২ |
শালমাৰা দক্ষিণ |
আব্দুৰ ৰহমান আজমল |
অল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট |
62254 |
৫০.৫৫ |
58498
|
২৩ |
ধুবৰী |
জাহান উদ্দিন |
অল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট |
53937 |
৪৩.১০ |
46455
|
২৪ |
গৌৰীপুৰ |
মনেন্দ্ৰ কুমাৰ মুচাহাৰী |
বডোলেণ্ড পিপলচ্ ফ্ৰণ্ট |
53849 |
৪০.৪৩ |
37190
|
২৫ |
গোলোকগঞ্জ |
আবু তাহেৰ বেপাৰী |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
59320 |
৪৩.৯৫ |
55312
|
২৬ |
বিলাসীপাৰা পশ্চিম |
হাফিজ বচিৰ আহমেদ |
অল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট |
40501 |
৩৬.১৯ |
36717
|
২৭ |
বিলাসীপাৰা পূব |
গুল আখতাৰা বেগম |
অল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট |
49519 |
৩৬.৩৭ |
25094
|
২৮ |
গোসাইগাঁও |
মজেন্দ্ৰ নাৰ্জাৰী |
বডোলেণ্ড পিপলচ্ ফ্ৰণ্ট |
47543 |
৩৬.২০ |
26598
|
২৯ |
কোকৰাঝাৰ পশ্চিম (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
প্ৰদীপ কুমাৰ ব্ৰহ্ম |
বডোলেণ্ড পিপলচ্ ফ্ৰণ্ট |
68838 |
৫৭.৫৮ |
37335
|
৩০ |
কোকৰাঝাৰ পূব (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) |
প্ৰমিলা ৰাণী ব্ৰহ্ম |
বডোলেণ্ড পিপলচ্ ফ্ৰণ্ট |
74670 |
৬৬.১৩ |
28766
|
৩১ |
চিদলী |
চন্দন ব্ৰহ্ম |
বডোলেণ্ড পিপলচ্ ফ্ৰণ্ট |
68127 |
৫৪.৫৬ |
31246
|
৩২ |
বঙাইগাঁও |
ফণীভূষণ ৰয় |
অসম গণ পৰিষদ |
45871 |
৪০.৭৮ |
33474
|
৩৩ |
বিজনী |
কমলসিং নাৰ্জাৰী |
বডোলেণ্ড পিপলচ্ ফ্ৰণ্ট |
39861 |
৪১.৮৩ |
26536
|
৩৪ |
অভয়াপুৰী উত্তৰ |
ভূপেন ৰয় |
অসম গণ পৰিষদ |
38111 |
৩৬.৩২ |
36574
|
৩৫ |
অভয়াপুৰী দক্ষিণ |
চন্দন কুমাৰ চৰকাৰ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
51510 |
৪২.২৪ |
35621
|
৩৬ |
দুধনৈ |
শিৱচৰণ বসুমতাৰী |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
46890 |
৩৭.৩৩ |
40873
|
৩৭ |
গোৱালপাৰা পূব |
মনোৱাৰ হুচেইন |
অল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট |
36353 |
২৬.৭৯ |
34511
|
৩৮ |
গোৱালপাৰা পশ্চিম |
শ্বেইখ চাহ আলম |
অল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট |
37800 |
৩৪.১৮ |
26862
|
৩৯ |
জলেশ্বৰ |
মইনুদ্দিন আহমেদ |
অল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট |
52643 |
৫০.৭৫ |
35847
|
৪০ |
সৰভোগ |
ৰঞ্জিত কুমাৰ দাস |
ভাৰতীয় জনতা পাৰ্টি |
40716 |
৩১.২৫ |
21534
|
৪১ |
ভবানীপুৰ |
আবুল কালাম আজাদ |
অল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট |
২৪,৭৫৬ |
|
|
৪২ |
পাটাচাৰকুচি |
মনোৰঞ্জন দাস |
ভাৰতীয় জনতা পাৰ্টি |
৩০,৮২৯ |
|
|
৪৩ |
বৰপেটা |
আব্দুৰ ৰহিম খান |
অল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট |
৫৬,৯১৫ |
|
|
৪৪ |
জনীয়া |
ৰফিকুল ইচলাম |
অল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট |
৫৯,৯৭৮ |
|
|
৪৫ |
বাঘবৰ |
চেৰমান আলি আহমেদ |
অল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট |
৬০,৪৩৪ |
|
|
৪৬ |
সৰুক্ষেত্ৰী |
আলি হোচেইন |
অল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট |
৫১,৫৩৭ |
|
|
৪৭ |
চেঙা |
চুকুৰ আলি আহমেদ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৩৬,৮৮৬ |
|
|
৪৮ |
বকো |
গোপী নাথ দাস |
অল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট |
৫৪,৩৩৫ |
|
|
৪৯ |
ছয়গাঁও |
ৰেকিবুদ্দিন আহমেদ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৬৪,২৩২ |
|
|
৫০ |
পলাশবাৰী |
যতীন মালী |
নিৰ্দলীয় |
৩৬,৬৭৬ |
|
|
৫১ |
জালুকবাৰী |
হিমন্ত বিশ্ব শৰ্মা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৯৩,৭৮০ |
|
|
৫২ |
দিশপুৰ |
অকণ বৰা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৮৩,০৭১ |
|
|
৫৩ |
গুৱাহাটী পূব |
ৰবীন বৰদলৈ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৪৭,৭০৬ |
|
|
৫৪ |
গুৱাহাটী পশ্চিম |
হেমন্ত তালুকদাৰ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৫৪,৩২৬ |
|
|
৫৫ |
হাজো |
দ্বীপেন পাঠক |
অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছ |
৩২,৩৫৭ |
|
|
৫৬ |
কমলপুৰ |
যাদৱ চন্দ্ৰ ডেকা |
ভাৰতীয় জনতা পাৰ্টি |
৪০,৩৯৮ |
|
|
৫৭ |
ৰঙিয়া |
ঘনশ্যাম কলিতা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৩৪,১৯৭ |
|
|
৫৮ |
তামুলপুৰ |
ইমানুৱেল মুচাহাৰী |
বডোলেণ্ড পিপলচ্ ফ্ৰণ্ট |
৪৪,০১৭ |
|
|
৫৯ |
নলবাৰী |
জয়ন্ত মল্ল বৰুৱা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৩৯,৮৯৬ |
|
|
৬০ |
বৰক্ষেত্ৰী |
ভূমিধৰ বৰ্মণ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৫৩,৬৯৮ |
|
|
৬১ |
ধৰ্মপুৰ |
নীলমণি সেন ডেকা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৫০,৭৮৬ |
|
|
৬২ |
বৰমা |
মনেশ্বৰ ব্ৰহ্ম |
বডোলেণ্ড পিপলচ্ ফ্ৰণ্ট |
৪২,৩৫২ |
|
|
৬৩ |
চাপাগুৰি |
হীতেশ্বৰ বসুমতাৰী |
বডোলেণ্ড পিপলচ্ ফ্ৰণ্ট |
৭০,৯৮১ |
|
|
৬৪ |
পানেৰী |
কমলী বসুমতাৰী |
বডোলেণ্ড পিপলচ্ ফ্ৰণ্ট |
৩৮,২০২ |
|
|
৬৫ |
কলাইগাঁও |
মুকুন্দৰাম চৌধুৰী |
অসম গণ পৰিষদ |
৪২,৫২৫ |
|
|
৬৬ |
ছিপাঝাৰ |
বিনন্দ কুমাৰ শইকীয়া |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৫১,৮২১ |
|
|
৬৭ |
মঙ্গলদৈ |
বসন্ত দাস |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৬৫,৪৪০ |
|
|
৬৮ |
দলগাঁও |
ইলিয়াচ আলি |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৬২,২৮০ |
|
|
৬৯ |
ওদালগুৰি |
ৰিহন দৈমাৰী |
বডোলেণ্ড পিপলচ্ ফ্ৰণ্ট |
৪০,৯৭০ |
|
|
৭০ |
মাজবাট |
ৰাখেশ্বৰ ব্ৰহ্ম |
বডোলেণ্ড পিপলচ্ ফ্ৰণ্ট |
২৫,২৭১ |
|
|
৭১ |
ঢেকিয়াজুলি |
হাবুল চক্ৰৱৰ্তী |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৪৫,৭৯৯ |
|
|
৭২ |
বৰচলা |
টংক বাহাদুৰ ৰায় |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৪৬,৭৯৯ |
|
|
৭৩ |
তেজপুৰ |
ৰাজেন বৰঠাকুৰ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৪৩,৭৩৮ |
|
|
৭৪ |
ৰাঙাপাৰা |
ভীমানন্দ তাঁতী |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৪৫,০৭৮ |
|
|
৭৫ |
চটিয়া |
পদ্ম হাজৰিকা |
অসম গণ পৰিষদ |
৪৫,০৭৮ |
|
|
৭৬ |
বিশ্বনাথ |
প্ৰবীন হাজৰিকা |
অসম গণ পৰিষদ |
৪৮,১০৮ |
|
|
৭৭ |
বিহালী |
পল্লৱ লোচন দাস |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৪০,৭৯৮ |
|
|
৭৮ |
গহপুৰ |
মণিকা বৰা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৬০,৪৪১ |
|
|
৭৯ |
জাগীৰোড |
বিবেকানন্দ দলৈ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৬৭,৬৫৯ |
|
|
৮০ |
মৰিগাঁও |
জোনজোনালী বৰুৱা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৫৪,৮৮৯ |
|
|
৮১ |
লাহৰিঘাট |
নজৰুল ইচলাম |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৫৩,৫৫০ |
|
|
৮২ |
ৰহা |
পীযুষ হাজৰিকা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৫৬,৪৩০ |
|
|
৮৩ |
ধিং |
আমিনুল ইচলাম |
অল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট |
৭২,৪৫৭ |
|
|
৮৪ |
বটদ্ৰবা |
গৌতম বৰা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৪০,৯০৮ |
|
|
৮৫ |
ৰূপহীহাট |
মজিবুৰ ৰহমান |
অল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট |
৪৪,৪৪১ |
|
|
৮৬ |
নগাঁও |
দুৰ্লভ চন্দ্ৰ চমুৱা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
৪৭,৯৭৭ |
|
|
৮৭ |
বঢ়মপুৰ |
প্ৰফুল্ল কুমাৰ মহন্ত |
অসম গণ পৰিষদ |
|
|
|
৮৮ |
চামগুৰি |
ৰকিবুল হুছেইন |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
৮৯ |
কলিয়াবৰ |
কেশৱ মহন্ত |
অসম গণ পৰিষদ |
|
|
|
৯০ |
যমুনামুখ |
চিৰাজুদ্দিন আজমল |
অল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট |
|
|
|
৯১ |
হোজাই |
অৰ্ধেন্দু কুমাৰ দে |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
৯২ |
লামডিং |
স্বপন কৰ |
অল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্ট |
|
|
|
৯৩ |
বোকাখাট |
অৰুণ ফুকন |
|
|
|
|
৯৪ |
সৰুপথাৰ |
একলিয়াচ তিৰ্কি |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
৯৫ |
গোলাঘাট |
অজন্তা নেওগ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
৯৬ |
খুমটাই |
বিস্মিতা গগৈ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
৯৭ |
দেৰগাঁও |
আৰতি হাজৰিকা কচাৰী |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
৯৮ |
যোৰহাট |
ৰাণা গোস্বামী |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
৯৯ |
মাজুলি |
ৰাজীৱ লোচন পেগু |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
১০০ |
তিতাবৰ |
তৰুণ গগৈ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
১০১ |
মৰিয়নি |
ৰূপজ্যোতি কুৰ্মী |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
১০২ |
টিয়ক |
মেম্বৰ গগৈ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
১০৩ |
আমগুৰি |
অঞ্জন দত্ত |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
১০৪ |
নাজিৰা |
দেৱকান্ত শইকীয়া |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
১০৫ |
মাহমৰা |
শৰৎ শইকীয়া |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
১০৬ |
সোণাৰি |
শৰৎ বৰকটকী |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
১০৭ |
থাওৰা |
সুশান্ত বৰগোহাঁই |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
১০৮ |
শিৱসাগৰ |
প্ৰণৱ গগৈ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
১০৯ |
বিহপুৰীয়া |
ভূপেন কুমাৰ বৰা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
১১০ |
নাওবৈচা |
সঞ্জয় ৰাজ চুব্বা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
১১১ |
লক্ষীমপুৰ |
উৎপল দত্ত |
অসম গণ পৰিষদ |
|
|
|
১১২ |
ঢকুৱাখনা |
নৱ কুমাৰ দলৈ |
অসম গণ পৰিষদ |
|
|
|
১১৩ |
ধেমাজী |
সুমিত্ৰা দলৈ পাতিৰি |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
১১৪ |
জোনাই |
প্ৰদান বৰুৱা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
১১৫ |
মৰাণ |
জীৱনতাৰা ঘাটোৱাৰ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
১১৬ |
ডিব্ৰুগড় |
প্ৰশান্ত ফুকন |
ভাৰতীয় জনতা পাৰ্টি |
|
|
|
১১৭ |
লাহোৱাল |
পৃথ্বী মাঝি |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
১১৮ |
দুলিয়াজান |
অমিয়া গগৈ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
১১৯ |
টিংখং |
এটোৱা মুণ্ডা |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
১২০ |
নাহৰকটীয়া |
প্ৰণতি ফুকন |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
১২১ |
চাবুৱা |
ৰাজু চাহু |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
১২২ |
তিনিচুকীয়া |
ৰাজেন্দ্ৰ প্ৰসাদ সিং |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
১২৩ |
ডিগবৈ |
ৰামেশ্বৰ ধানোৱাৰ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
১২৪ |
মাৰ্ঘেৰিটা |
প্ৰদ্যুৎ বৰদলৈ |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
১২৫ |
ডুমডুমা |
দিলীপ মৰাণ |
ভাৰতীয় জনতা পাৰ্টি |
|
|
|
১২৬ |
শদিয়া |
বলিন চেতিয়া |
ভাৰতীয় জাতীয় কংগ্ৰেছ |
|
|
|
উপনিৰ্বাচন
৮-আলগাপুৰ সমষ্টিৰ অগপ দলৰ বিধায়ক চহিদুল আলম চৌধুৰীৰ মৃত্যু হোৱাত ২০১৩ চনৰ ২৮ ফেব্ৰুৱাৰীত তাত উপনিৰ্বাচন অনুষ্ঠিত হয়। উপনিৰ্বাচনত সমষ্টিটোৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ মন্দিৰা ৰয় বিজয়ী হয়।[5][6]
আনহাতে ১৩-লক্ষীপুৰ সমষ্টিৰ বিধায়ক দীনেশ প্ৰসাদ গোৱালাৰো কৰ্মকাল শেষ নহওতে মৃত্যু হয়। ৯-শিলচৰ আৰু ৯০-যমুনামুখ বিধানসভা সমষ্টিৰ বিধায়ক দুগৰাকী ২০১৪ৰ সাধাৰণ নিৰ্বাচনত সাংসদ ৰূপে নিৰ্বাচিত হোৱাত তেওঁলোকৰ নিজৰ নিজৰ বিধানসভা আসন দুখন এৰি দিয়ে। ফলস্বৰূপে ১৩ ছেপ্তেম্বৰ ২০১৮ত হোৱা উপনিৰ্বাচনত শিলচৰৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ দিলীপ কুমাৰ পাল, লক্ষীপুৰৰ পৰা ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজদীপ গোৱালা আৰু যমুনামুখৰ পৰা অল ইণ্ডিয়া ইউনাইটেড ডেমোক্ৰেটিক ফ্ৰণ্টৰ আব্দুৰ ৰহিম আজমলে জিকি আহে।[5][7]
লগতে চাওক
তথ্যসূত্ৰ
অসমত অনুষ্ঠিত হোৱা নিৰ্বাচন |
---|
| ভাৰতৰ সাধাৰণ নিৰ্বাচন | |
---|
| অসম বিধানসভা নিৰ্বাচন | |
---|
| স্থানীয় নিকায় |
|
---|
| স্বায়ত্বশাসিত অঞ্চল | |
---|
|
|