বাংলাদেশৰ সংৰক্ষিত অঞ্চলসমূহৰ তালিকা

কাপ্তাই ৰাষ্ট্ৰীয় উদ্যানৰ এক দৃশ্য

এইখন বাংলাদেশৰ সংৰক্ষিত অঞ্চলসমূহৰ এখন তালিকা। বাংলাদেশ হৈছে দক্ষিণ এছিয়াৰ এখন দেশ। ১৪৮,৪৬০ বৰ্গ কিলোমিটাৰ (৫৭,৩২০ বৰ্গমাইল) বা ১৪৭,৫৭০ বৰ্গ কিলোমিটাৰ (৫৬,৯৮০ বৰ্গমাইল) এলেকাত ১৬৩ মিলিয়নতকৈ অধিক জনসংখ্যাৰে ই বিশ্বৰ অষ্টম জনবহুল দেশ।[1][2] ই বিশ্বৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ দেশসমূহৰ ভিতৰতো অন্যতম।

বাংলাদেশৰ সংৰক্ষিত অঞ্চলসমূহ

২০২৪ চনৰ হিচাপমতে, সংৰক্ষিত এলেকাৰ বৈশ্বিক তথ্যকোষত বাংলাদেশৰ সৰ্বমুঠ ৫৬টা সংৰক্ষিত অঞ্চল তালিকাভুক্ত হৈছে, যাৰ ভিতৰত তলত দিয়াবোৰ অন্তৰ্ভুক্ত:[3]

১৯৯০ চনৰ সংস্কৰণৰ আই ইউ চি এন ডাইৰেক্টৰী অৱ চাউথ এছিয়ান প্ৰটেক্টেড এৰিয়াত কোৱা হৈছে যে বন বিভাগে হাইল হাওৰ বন্যপ্ৰাণী অভয়াৰণ্যত জলচৰ চৰাইৰ সুৰক্ষাৰ বাবেও এটা কেন্দ্ৰ স্থাপন কৰিছে।[4]

তথ্য সংগ্ৰহ

Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia

Kembali kehalaman sebelumnya