ৰাজ্যিক চলচ্চিত্ৰ বঁটা

ৰাজ্যিক চলচ্চিত্ৰ বঁটা অসম ৰাজ্য চৰকাৰে চলচ্চিত্ৰৰ ক্ষেত্ৰত কৰা উৎকৃষ্ট অবদানৰ বাবে আগবঢ়ায়।

ৰাজ্যিক চলচ্চিত্ৰ বঁটা ২০০৪

১৯৯৮ চনৰ পৰা ২০০৪ চনলৈ নিৰ্মিত অসমীয়া কাহিনী আৰু অ-কাহিনী ছবিৰ মাজত ৰাজ্যিক চলচ্চিত্ৰ বঁটা ২০০৪ প্ৰদান কৰা হয়। বঁটা প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয় ১৩ এপ্ৰিল, ২০০৫ তাৰিখে।

বৰ্ষ বঁটা বিজয়ী ছবি
১৯৯৮-৯৯ শ্ৰেষ্ঠ ছবি মোহমুক্তি
শ্ৰেষ্ঠ পৰিচালক ধীৰাজ কাশ্যপ মোহমুক্তি
শ্ৰেষ্ঠ অভিনেতা জয়ন্ত ভাগৱতী মোহমুক্তি
শ্ৰেষ্ঠ অভিনেত্ৰী বৰ্ণালী পূজাৰী যৌৱনে আমনি কৰে
১৯৯৯-২০০০ শ্ৰেষ্ঠ ছবি অনল
শ্ৰেষ্ঠ পৰিচালক বিদ্যুৎ চক্ৰৱৰ্তী নিষিদ্ধ নদী
শ্ৰেষ্ঠ অভিনেতা বিভাষ চক্ৰৱৰ্তী মহাৰথী
শ্ৰেষ্ঠ অভিনেত্ৰী তৃষা দেৱী নিষিদ্ধ নদী
২০০০-০১ শ্ৰেষ্ঠ ছবি মৎস্যগন্ধা
শ্ৰেষ্ঠ পৰিচালক সঞ্জীৱ হাজৰিকা মৎস্যগন্ধা
শ্ৰেষ্ঠ অভিনেতা দিব্যজ্যোতি কাকতি মৎস্যগন্ধা
শ্ৰেষ্ঠ অভিনেত্ৰী সাগৰিকা গোস্বামী সেউজী ধৰণী ধুনীয়া
২০০১-০২ শ্ৰেষ্ঠ ছবি গুণ গুণ গানে গানে
শ্ৰেষ্ঠ পৰিচালক মুনিন বৰুৱা নায়ক
শ্ৰেষ্ঠ অভিনেতা তপন দাস গুণ গুণ গানে গানে
শ্ৰেষ্ঠ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ গুণ গুণ গানে গানে
২০০২-০৩ শ্ৰেষ্ঠ ছবি কণিকাৰ ৰামধেনু
শ্ৰেষ্ঠ পৰিচালক জাহ্নু বৰুৱা কণিকাৰ ৰামধেনু
শ্ৰেষ্ঠ অভিনেতা ৰবি শৰ্মা মন
শ্ৰেষ্ঠ অভিনেত্ৰী জেৰিফা ৱাহিদ
পাকিজা বেগম
অগ্নিশাক্ষী
পত্নী
২০০৩-০৪ শ্ৰেষ্ঠ ছবি বাৰুদ
শ্ৰেষ্ঠ পৰিচালক মঞ্জু বৰা আকাশীতৰাৰ কথাৰে...
শ্ৰেষ্ঠ অভিনেতা যতীন বৰা জুয়ে পোৰা সোন
শ্ৰেষ্ঠ অভিনেত্ৰী বীণা পতংগীয়া জুয়ে পোৰা সোন

ছয় বছৰৰ শ্ৰেষ্ঠ

বঁটা বঁটাৰ নাম বিজয়ী ছবি
শ্ৰেষ্ঠ ছবি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ বঁটা মৎস্যগন্ধা
শ্ৰেষ্ঠ পৰিচালক ব্ৰজেন বৰুৱা বঁটা জাহ্নু বৰুৱা কণিকাৰ ৰামধেনু
শ্ৰেষ্ঠ চিত্ৰনাট্য o ভবেন্দ্ৰ নাথ শইকীয়া বঁটা ৰঞ্জিত শৰ্মা বৈভৱ
শ্ৰেষ্ঠ সম্পাদনা ভবেন বৰুৱা বঁটা কাজু সৰু বোৰাৰী
শ্ৰেষ্ঠ সংগীত পৰিচালক পাৰ্বতী প্ৰসাদ বৰুৱা বঁটা শ্বেৰ চৌধুৰী নিষিদ্ধ নদী
শ্ৰেষ্ঠ অভিনেতা নটসূৰ্য ফণী শৰ্মা বঁটা যতীন বৰা জুয়ে পোৰা সোন
শ্ৰেষ্ঠ অভিনেত্ৰী আইদেউ সন্দিকৈ বঁটা পাকিজা বেগম পত্নী
শ্ৰেষ্ঠ সহ অভিনেতা গিৰিশ চৌধুৰী বঁটা হাদি আলম বৰা গুণ গুণ গানে গানে
শ্ৰেষ্ঠ সহ অভিনেত্ৰী ইভা আচাও বঁটা মৃদুলা বৰুৱা গুণ গুণ গানে গানে
শ্ৰেষ্ঠ কৌতুক অভিনেতা মোৱাজ্জন আলি বঁটা হিৰণ্য দাস ইমান মৰম কিয় লাগে
শ্ৰেষ্ঠ নেতিবাচক চৰিত্ৰ তঁচদ্দুক ইউচুফ বঁটা প্ৰাঞ্জনা দত্ত মিঠা মিঠা লগনত
শ্ৰেষ্ঠ নেপঠ্য গায়ক ৰুদ্ৰ বৰুৱা বঁটা জুবিন গাৰ্গ বিধাতা
শ্ৰেষ্ঠ নেপঠ্য গায়িকা প্ৰতিমা বৰুৱা পাণ্ডে বঁটা কুইন দাস অনল
শ্ৰেষ্ঠ গীতিকাৰ o নিৰ্মলপ্ৰভা বৰদলৈ বঁটা কেশৱ মহন্ত পত্নী
শ্ৰেষ্ঠ নৃত্য নিৰ্দেশনা গজেন বৰুৱা বঁটা জিনি মহলীয়া মন
শ্ৰেষ্ঠ বাণীবন্ধন পীযুষকান্তী ৰয় বঁটা যতীন শৰ্মা বৈভৱ
শ্ৰেষ্ঠ কলা নিৰ্দেশনা যুগল দাস বঁটা ফটিক বৰুৱা মোহমুক্তি
শ্ৰেষ্ঠ শিশু শিল্পী শ্ৰীমান সিদ্ধাৰ্থ বঁটা ৰণিক কণিকাৰ ৰামধেনু
শ্ৰেষ্ঠ ৰূপসজ্জা বংশী দাস বঁটা যোগেন দাস মোহমুক্তি
শ্ৰেষ্ঠ সাজসজ্জা প্ৰদীপ চলিহা বঁটা গীতাৰাণী গোস্বামী মোহমুক্তি
শ্ৰেষ্ঠ চিত্ৰগ্ৰহণকাৰী মৃণালকান্তি দাস নিষিদ্ধ নদী
শ্ৰেষ্ঠ তথ্যচিত্ৰ নৰেন বৰুৱা বঁটা জ্যোতিপ্ৰসাদ দাস দি গ্ৰীণ ৱাৰিয়ৰ্ছ
শ্ৰেষ্ঠ তথ্যচিত্ৰ পৰিচালক প্ৰবীণ ফুকন বঁটা আলটাফ মজীদ জীৱন
জীৱনজোৰা সাধনা প্ৰমথেশ বৰুৱা বঁটা অনুপমা ভট্টাচাৰ্য
জুৰীৰ বিশেষ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটা নিপন গোস্বামী
বিশেষ জুৰী বঁটা পানৈ জংকী
মা
শ্ৰেষ্ঠ চুটি ছবি নিপ বৰুৱা বঁটা বিবেচিত নহ'ল


Prefix: a b c d e f g h i j k l m n o p q r s t u v w x y z 0 1 2 3 4 5 6 7 8 9

Portal di Ensiklopedia Dunia

Kembali kehalaman sebelumnya